মাণ্ডলীক কাৰ্য্যালয়ৰ নাম | ঠিকনা |
---|---|
(১) মাণ্ডলীক ডেপুটি সঞ্চালকৰ কাৰ্য্যালয়, নলবাৰী মণ্ডল, সৰিয়হতলী, নলবাৰী | সৰিয়হতলী, নলবাৰী জিলা-নলবাৰী |
(২) মাণ্ডলীক ডেপুটি সঞ্চালকৰ কাৰ্য্যালয়, তেজপুৰ মণ্ডল | গাটলাং, তেজপুৰ, জিলা-শোণিতপুৰ |
(৩) মাণ্ডলীক ডেপুটি সঞ্চালকৰ কাৰ্য্যালয়, যোৰহাট মণ্ডল, | ৰৰৈয়া, যোৰহাট জিলা-যোৰহাট |
(৪) মাণ্ডলীক ডেপুটি সঞ্চালকৰ কাৰ্য্যালয়, শিলচৰ মণ্ডল, | ঘুংগুৰ, শিলচৰ, জিলা-কাছাৰ |
ক্ৰমিক নং | নাম | ঠিকনা |
---|---|---|
১ | দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয় গোৱালপাৰা | ভালুকডুবী, গোৱালপাৰা
|
২ | দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগাওঁ | বিৰহ বেবেজীয়া, নগাওঁ
|
৩ | সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়, দুগ্ধ বিস্তাৰ সেৱা, ডিফু | ডিফু জিলা-কাৰ্বি আংলং |
ক্ৰমিক নং | নাম | ঠিকনা |
---|---|---|
১ | অধীক্ষকৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, খানাপাৰা | খানাপাৰা, গুৱাহাটী-২২ জিলা-কামৰূপ মেট্ৰো |
২ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, যোৰহাট, | ৰৰৈয়া, যোৰহাট জিলা-যোৰহাট |
৩ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, লাহোৱাল, ডিব্ৰুগড় | লাহোৱাল, ডিব্ৰুগড় জিলা-ডিব্ৰুগড় |
৪ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, উত্তৰ লক্ষিমপুৰ | চৰাইমূৰীয়া, উত্তৰ লক্ষিমপুৰ জিলা-লক্ষিমপুৰ |
৫ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, তেজপুৰ, | গাটলাং, তেজপুৰ, জিলা-শোণিতপুৰ |
৬ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, শিলচৰ, | ঘুংগুৰ, শিলচৰ জিলা-কাছাৰ |
৭ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, উমৰাংচু | উমৰাংচু জিলা- ডিমা হাচাও |
৮ | সহকাৰী দুগ্ধ উন্নয়ন বিষয়াৰ কাৰ্য্যালয়, নগৰ দুগ্ধ যোগান আঁচনি, মাঞ্জা | মাঞ্জা জিলা- কাৰ্বি আংলং |
৯ | (৯) বিভাগীয় পৰিষদৰ মুৰব্বীৰ কাৰ্য্যালয়, দুগ্ধ উন্নয়ন, বি টি এ ডি | কোকৰাঝাৰ, অসম |