মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা দুগ্ধ উন্নয়ন সঞ্চালকালয়

দুগ্ধ আহৰণ আৰু প্ৰক্ৰিয়াকৰণ

অৱলোকন: দুগ্ধ প্ৰক্ৰিয়াকৰণ

দুগ্ধ উদ্যোগক দুটি প্ৰধান উৎপাদন ক্ষেত্ৰত ভাগ কৰা হৈছে:

  • ফাৰ্মত কৰা গাখীৰৰ প্ৰাথমিক উৎপাদন: এই প্ৰকাৰৰ উৎপাদনে মানুহৰ ব্যৱহাৰৰ (খাবৰ বাবে) বাবে গাখীৰ উৎপাদন কৰিবলৈ মানুহে গৰু, ছাগলী, ভেড়া আদি জন্তু প্ৰতিপালন কৰাটো সূচায়।
  • গাখীৰৰ বিক্ৰীৰ বিস্তৃতকৰণৰ উদ্দেশ্য আগত লৈ কৰা গাখীৰ উৎপাদন: এই লক্ষ্য গ্ৰহণ কৰিবলৈ প্ৰথমতে মানুহৰ ব্যৱহাৰৰ উপযোগী বুলি নিশ্চিতকৰণৰ উদ্দেশ্যে কৰা গাখীৰৰ হীট ট্ৰিটমেণ্ট আৰু দ্বিতীয়তে অৰ্ধ জলশূণ্য বা জলশূণ্য অৱস্থাৰ গাখীৰৰ অন্য উৎপাদনসমূহ যেনে মাখন, চীজ, পাউডাৰ গাখীৰ ইত্যাদি প্ৰস্তুত কৰা যিসমূহ সঞ্চিত কৰি ৰাখিব পাৰি।

    .