ক্ৰমিক নং | অংশীদাৰ |
---|---|
১ | ৰাজ্য চৰকাৰৰ অধীনৰ সমূহ বিভাগ |
২ | পঞ্চায়তী-ৰাজ প্ৰতিষ্ঠানৰ দৰে ৰাজহুৱা খণ্ড |
৩ | ডেইৰী বা দুগ্ধ কৃষক আৰু কৃষক দল |
৪ | দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ উপভোক্তা |
৫ | স্বাস্থ্য, পুষ্টি, খাদ্য সুৰক্ষা আৰু সামাজিক সংহতিৰ সৈতে জড়িত বেচৰকাৰী সংগঠন |
৬ | গ্ৰাম্য উন্নয়ন আঁচনিসমূহৰ সংসাধনৰ সৈতে জড়িত স্বতন্ত্ৰ দলসমূহ |
৭ | বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহ |
৮ | ডেইৰী বা দুগ্ধৰ সৈতে জড়িত ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ |
৯ | কৃষি বিশ্ববিদ্যালয় আৰু মানৱ সম্পদ উন্নয়নৰ সৈতে জড়িত অসমৰ প্ৰতিষ্ঠানসমূহ |