প্ৰাথমিকভাৱে দুগ্ধ উন্নয়ন সঞ্চালকালয় জীৱ-জন্তু আহৰণ, প্ৰক্ৰিয়াকৰণ আৰু দুগ্ধ বিতৰণ ইত্যাদি কাৰ্য্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠিছে। ইয়াৰ প্ৰধান লক্ষ্য হৈছে গ্ৰাম্য দুগ্ধ উৎপাদকসকলৰ আৰ্থিক বিকাশ টনকিয়াল কৰা আৰু নগৰৰ উপভোক্তাসকলে ভাল মানদণ্ডপূৰ্ণ গাখীৰ উপযুক্ত মূল্যত লাভ কৰাত সহায় কৰা। শেহতীয়াকৈ বিভাগীয় দৃষ্টিভংগীৰ এক পৰিৱৰ্তন আহিছে আৰু সেয়া হৈছে সঞ্চালকালয়ে সুবিধা প্ৰদান আৰু পৰিচালনাৰ ভূমিকাৰ গুৰুত্ত বুজি উঠি এই কাৰ্য্যত মনোনিবেশ কৰিছে।
কৌশলগত স্থানান্তৰণৰ ওপৰত ভিত্তি কৰি, সঞ্চালকালয়ে:
ইয়াৰ অধীনত বিভাগে তলত দিয়া কাৰ্য্যসমূহত মনোনিবেশ কৰিব: